Logo
Logo
image

আছুৰ পৰা আনুষ্ঠানিক বিদায় লুৰিণ জ্যোতি গগৈৰ...

আমাৰ অসম, ০৩ ডিচেম্বৰঃ সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আনুষ্ঠানিক বিদায় লুৰিণ জ্যোতি গগৈৰ। বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে বিদায় ল’লে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে। গুৱাহাটী বিশ্ব বিদ্যালয়ত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত আছুৰ পৰা বিদায় মাগিলে প্ৰাক্তন সাধাৰণ সম্পাদকগৰাকীয়ে। অনুষ্ঠানটোত আছুৰ কেন্দ্ৰীয় নেতৃত্ব তথা নৱনিৰ্বাচিত সমিতিৰ বিষয় ববীয়াসকল উপস্থিত থাকে।