জনতা ভৱনত সংবিধান দিৱস উদযাপন
আমাৰ অসম, ২৬ নৱেম্বৰঃ বৃহস্পতিবাৰে জনতা ভৱনত উদযাপন কৰা হয় সংবিধান দিৱস। এই দিৱসত ৰাজ্যৰ মুখ্য় সচিব জিষ্ণু বৰুৱাৰ লগতে সচিবালয়ৰ বিষয়াবৰ্গ সহ উপস্থিত থাকে যথেষ্টসংখ্যক কৰ্মচাৰী।