Logo
Logo
image

আছু ত্যাগ সম্পাদক লুৰীণজ্যোতি গগৈৰ

আমাৰ অসম, ২১ নৱেম্বৰঃ সদৌ অসম ছাত্ৰ সন্থা ত্যাগ কৰিলে সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে। দুলিয়াজানৰ অধিৱেশনত কান্দি কান্দি আছু ত্যাগৰ কথা ঘোষণা আছুৰ সাধাৰণ সম্পাদকগৰাকীৰ। শনিবাৰে অধিৱেশনত অনুষ্ঠিত হোৱা মুকলি সভাত এই কথা প্ৰকাশ লুৰীণজ্যোতি গগৈৰ।