Logo
Logo
image

ক’ভিডৰ বাবে পুনৰ সান্ধ্যআইন লাঘু!

আমাৰ অসম, ২০ নৱেম্বৰঃ ক’ভিডৰ বাবে পুনৰ সান্ধ্যআইন লাঘু। দিপাৱলীৰ পাছত বৰ্ধিত ক’ৰনা আক্ৰান্তৰ বাবেই পুনৰ সান্ধ্যআইন জাৰি গুজৰাটৰ আহমেদাবাদত। ২০ নৱেম্বৰ নিশা ৯ বজাৰ পৰা ২৩ নবেম্বৰৰলৈকে বাহাল থাকিব এই সান্ধ্যআইন।