Logo
Logo
image

ৰাজ্যৰ পৰৱৰ্তী মুখ্য সচিব হ’ব জিষ্ণু বৰুৱা...

আমাৰ অসম, ৩০ অক্টোবৰঃ ৰাজ্যৰ পৰৱৰ্তী মুখ্য সচিব হ’ব জিষ্ণু বৰুৱা। ৩১ অক্টোবৰত বৰ্তমানৰ মুখ্য সচিব সঞ্জয় কৃষ্ণৰ অৱসৰৰ পাছতেই আনুষ্ঠানিক ভাৱে মুখ্য সচিব হিচাবে দায়িত্ব গ্ৰহণ কৰিব জিষ্ণু বৰুৱাই। বৰ্তমান ৰাজ্যৰ গৃহ, ৰাজনৈতিক, ৰাজহ আদি কেইবাটাও বিভাগৰ অতিৰিক্ত মুখ্য সচিব হিচাপে কৰ্মৰত জিষ্ণু বৰুৱা।

লগতে পঢ়কঃ http://www.aamarasom.com/detail-news/333