Logo
Logo
image

ক'ভিডত মৃত্যু প্ৰাক্তন মন্ত্ৰী অমিয়া গগৈৰ পুত্ৰ পাৰ্থজ্যোতি গগৈৰ

আমাৰ অসম, ০৯ অক্টোবৰঃ শুকুৰবাৰে দিল্লীত মৃত্যুক সাৱতিলে প্ৰাক্তন মন্ত্ৰী অমিয়া গগৈৰ পুত্ৰ পাৰ্থজ্যোতি গগৈয়ে। ক'ভিডৰ পৰা আৰোগ্য লাভ কৰাৰ পিছতেই মৃত্যু হয় ভাৰত চৰকাৰৰ এজন উচ্চ পদস্থ স্বাস্থ্য বিষয়া হিচাপে কৰ্মৰত পাৰ্থজ্যোতি গগৈৰ। তেঁও ড্ৰাগ পৰীক্ষণ গৱেষণাগাৰৰ আঞ্চলিক পৰিচালক হিচাপে কৰ্মৰত আছিল।