Logo
Logo
image

শিশু সাহিত্য ন্যাসৰ ভৱনৰ আধাৰশিলা

আমাৰ অসম, ১০ ছেপ্টেম্বৰঃ বৃহস্পতিবাৰে গুৱাহাটীৰ চান্দমাৰীৰ কৃষ্ঞ নগৰত শিশু সাহিত্য ন্যাসৰ ভৱনৰ আধাৰশিলা স্থাপন কৰা হয়। ভৱনটোৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীয়ে। আধাৰশিলা স্থাপন অনুষ্ঠানটোত উপস্থিত থাকে বহুকেইগৰাকী বিভাগীয় বিষয়া।