উত্তৰ প্ৰদেশ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল ৰাহুল আৰু প্ৰিয়ংকা
হাথৰস কাণ্ডৰ নিৰ্যাতিতাৰ পৰিয়ালৰ খবৰ লবলৈ গৈ উত্তৰ প্ৰদেশ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী।