বাবৰি মছজিদ ধ্বংস গোচৰৰ ৰায়দান
বাবৰি মছজিদ ধ্বংসত কাৰো দোষ নাই। ২৮ বছৰৰ মূৰত বাবৰি মছজিদ ধ্বংস গোচৰৰ আদালতৰ ৰায়দান। ৩২ অভিযুক্তৰ সকলোকে দোষমুক্ত ঘোষণা।